দ্ৰুতি |
বেগ |
১) কোনো বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে । |
১) কোনো বস্তুৱে একক সময়ত অতিক্ৰম কৰা সৰণক বেগ বোলে । |
২) দ্ৰুতি স্কেলাৰ ৰাশি । |
২) বেগ ভেক্টৰ ৰাশি। |
৩) দ্ৰুতি শূণ্য বা ঋনাত্মক হ’ব নোৱাৰে, ইয়াৰ মান সদায় ধনাত্মক । |
৩) বেগ ধনাত্মক, ঋনাত্মক নাইবা শূণ্য হ’ব পাৰে। |
৪) দ্ৰুতিৰ মান বেগৰ মানতকৈ ডাঙৰ বা সমান। |
৪) বেগৰ মান দ্ৰুতিৰ মানতকৈ ডাঙৰ হ’ব নোৱাৰে। ইয়াৰ মান দ্ৰুতিৰ সমান বা ইয়াতকৈ সৰু । |
৫) দ্ৰুতি = দূৰত্ব / সময় |
৫) বেগ = সৰণ / সময় |
0 Comments:
Post a Comment