পাৰ্থক্য লিখাঃ দূৰত্ব আৰু সৰণ
|
দূৰত্ব |
সৰণ |
|
১) কোনো বস্তুৱে প্ৰাৰম্ভিক অৱস্থানৰ পৰা অন্তিম অৱস্থান পাওঁতে অতিক্ৰম কৰা মুঠ পথৰ দৈঘ্যক দূৰত্ব বোলে। |
১)কোনো বস্তুৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ সৰল ৰৈখিক দূৰত্বক সৰণ বোলে । |
|
২) দূৰত্ব স্কেলাৰ ৰাশি। |
২) সৰণ ভেক্টৰ ৰাশি। |
|
৩) দূৰত্ব সদায় ধনাত্মক। |
৩) সৰণ ধনাত্মক, ঋনাত্মক বা শূণ্য হ’ব পাৰে। |
|
৪) দুটা বিন্দুৰ মাজৰ দূৰত্বৰ মান অসীম। |
৪) দুটা বিন্দুৰ মাজৰ সৰণৰ মান নিদিষ্ট। |
|
৫) দূৰত্ব সৰণৰ সমান বা সৰণতকৈ ডাঙৰ। |
৫)সৰণ দূৰত্বতকৈ ডাঙৰ হ’ব নোৱাৰে। |




ভাল হৈছে ....
ReplyDeleteUmm
DeleteVl lagil bohot aru dibo jen apona loke agoiyai jawk ami o agoyai jaw
ReplyDeleteUmmm
DeleteVall hoise
ReplyDeleteAgoiyai jyak ami o jaw
ReplyDeleteভাল পথেৰে যাও আপোনা লোকো যক
ReplyDeleteবহুত ভাল লাগিল।। 🌷✨🌸
ReplyDelete